- Arfan Ali হো হো: চাব! আপোনাৰ আকৌ কালিমাহ পঢ়াৰ কাম লাগি যায় নেকি, বেছি উৎপাত কৰিলে? কাদিয়ানিবোৰক সোধক আজিও বাৰু তেওঁলোকে কাৰ তৰিকাত নামাজ পঢ়ে? তেতিয়াই গম পাব তেওঁলোক হানাফি আছিল নে আহলে হাদীছ আছিল? হানাফিৰ ৫ টা ভাগ জানেনে?
১) কাদিয়ানী - আজিও তেওঁলোকে হানাফি ফিকাহেই মানে। হানাফি তৰিকাত নামাজ পঢ়ে।
২) জামাতে ইছলামী- তেওঁলোকো সেই একেই। আজিলৈকে তেওঁলোকেও হানাফি ফিকাহেই মানে। হানাফি তৰিকাত নামাজ পঢ়ে।
৩) বেৰেলৱী: আহমদ ৰাজা খান বেৰেলৱীৰ দল। তেওঁলোকে নিজকে ছূন্নী বুলি পৰিচয় দিয়ে আৰু দেওৱন্দী সকলক কাফিৰ বুলি কয়।
৪) দেওৱন্দী: তেওঁলোকে বেৰেলৱী সকলক কাফিৰ বুলি কয়। বেৰেলৱী দেওৱন্দী আটায়ে আকৌ কাদিয়ানি সকল যে কাফিৰ একমত।
৫) ইলিয়াছী তবলিগী জামাতী: দেওৱন্দী ফিৰকাৰ আক্বীদা প্ৰচাৰ বাবে নিয়োজিত দল। বেৰেলৱী সকলে দেখিব নোৱাৰে আৰু তেওঁলোকৰ মছজিদত সোমাবও নিদিয়ে।
হো হো কিবা কব নেকি চাফাইত? - [comment of muktabul hussain's small written para-assamese nuslim cl.gp]

No comments:
Post a Comment